31 C
Guwahati
Saturday, May 4, 2024

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ

Must Read

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ

পাকিস্তানে পালে নতুন প্ৰধানমন্ত্ৰী। পাকিস্তানত হৈ থকা ৰাজনৈতিক সংকটৰ মাজতেই সোমবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় শ্বেহবাজ শ্বৰীফ।

পাকিস্তাম-মুছলিম-লিগ-নৱাজৰ অধ্যক্ষ শ্বেহবাজ শ্বৰীফ। ৰবিবাৰে নিজকে পাকিস্তানৰ প্ৰধামন্ত্ৰী পদৰ বাবে নামাংকণ কৰিছিল তেওঁ। আজি নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব তেওঁ।

নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ ২০১৮ চনৰ আগষ্টৰ পৰা পাকিস্তানৰ নেচনেল এচেম্বলীত বিৰোধী দলৰ নেতা হৈ আছে। ইয়াৰ আগতে, তেওঁ তিনিবাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পূৰ্বে ইমৰান খানে নেচনেল এচেম্বলীৰ সদস্য পদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -