WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

যুদ্ধৰ মাজতে ভাৰতৰ পৰা চিকিৎসা সামগ্ৰীৰ যোগান বিচাৰিলে ৰাছিয়াই - Batori24

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

25 C
Guwahati
Thursday, May 2, 2024

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_postmeta`

যুদ্ধৰ মাজতে ভাৰতৰ পৰা চিকিৎসা সামগ্ৰীৰ যোগান বিচাৰিলে ৰাছিয়াই

Must Read

যুদ্ধৰ মাজতে ভাৰতৰ পৰা চিকিৎসা সামগ্ৰীৰ যোগান বিচাৰিলে ৰাছিয়াই

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পুনৰ ভাৰতৰ সহায় বিচাৰিছে ৰাছিয়াই। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত বিভিন্ন ৰাষ্ট্ৰই ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত সমস্যাত ভোগা ৰাছিয়াই ভাৰতৰ পৰা আৰু অধিক পৰিমাণে চিকিৎসা সামগ্ৰী বিচাৰিছে। ২২ এপ্ৰিলত অনুষ্ঠিত হোৱা এক বৈঠকত ভাৰতৰ পৰা ৰাছিয়ালৈ চিকিৎসা সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰা সম্পৰ্কত আলোচনা কৰা হয়।

উল্লেখযোগ্য যে, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰ, য়ুনাইটেড কিংদমকে ধৰি বহু ইউৰোপীয় ৰাষ্ট্ৰই ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে যাৰ পাছত বিভিন্ন সামগ্ৰীৰ যোগানকলৈ সমস্যাত পৰা দেখা গৈছে ৰাছিয়া। অৱশ্যে আমেৰিকা আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক নিষেধাজ্ঞাৰ পাছতো ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`