26 C
Guwahati
Friday, May 3, 2024

ছুপাৰহিট KGF Chapter2- দুটা দিনত ১০০কোটিৰ ক্লাৱত প্ৰৱেশ

Must Read

ছুপাৰহিট KGF Chapter2- দুটা দিনত ১০০কোটিৰ ক্লাৱত প্ৰৱেশ

বিগত কেইবাবছৰ ধৰি বলিউদতকৈ হিট হৈছে টলিউদৰ ছবিসমূহ। শেহতীয়াকৈ বক্স অফিচত কেইবাটাও অভিলেখ ৰচিছে KGF Chapter2এ। মুক্তিৰ দুটা দিনৰ অন্তত ছবিখনে ১০০কোটি ক্লাৱত প্ৰৱেশ কৰিছে। মুক্তিৰ প্ৰথম দিনটোতে ছবিখনে ৫৩.৯৫কোটি টকা উপাৰ্জন কৰাৰ লগতে দ্বিতীয়টো দিনত উপাৰ্জন কৰিছে ৪৬.৭৯কোটি টকা। দুটা দিনৰ অন্তত ছবিখনে ১০০কোটিৰ ক্লাৱত সগৌৰৱেৰে প্ৰৱেশ কৰিছে।

এই ছবিখনত মুখ্য চৰিত্ৰত য়শৰ উপৰিও ৰবীনা টেণ্ডন আৰু সঞ্জয় দত্তেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। প্ৰশান্ত নীলৰ দ্বাৰা পৰিচালিত এই ছবিখনে অতিৰেই ছবি জগতৰ কেইবাটাও অভিলেখ নিজৰ নামত লিখিব বুলি মত ব্যক্ত কৰিছে ছবি সমালোচকসকলে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -