WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

গ্ৰামাঞ্চলতকৈ বৃদ্ধি পাইছে চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা,১০ শতাংশ বৃদ্ধি নগৰীয়া নিবনুৱা - Batori24

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

25 C
Guwahati
Thursday, May 2, 2024

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_postmeta`

গ্ৰামাঞ্চলতকৈ বৃদ্ধি পাইছে চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা,১০ শতাংশ বৃদ্ধি নগৰীয়া নিবনুৱা

Must Read

গ্ৰামাঞ্চলতকৈ বৃদ্ধি পাইছে চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা,১০ শতাংশ বৃদ্ধি নগৰীয়া নিবনুৱা

বিগত সময়ত হোৱা অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক। কেৱল জনতাৰ মাজতে নহয় উদ্যোগ জগততো ই বিৰুপ প্ৰভাৱ পেলাইছে।উৎপাদিত সামগ্ৰীৰ বিক্ৰী হ্ৰাসৰ বাবে বহু উদ্যোগে উৎপাদন হ্ৰাস কৰিবলগীয়া হৈছে। কেঁচামালৰ মূল্যবৃদ্ধিৰ বাবে স্তম্ভিত হৈ পৰিছে উদ্যোগ মহল। যাৰ বাবে নতুন কৰ্মচৰী নিয়োগ কৰা দূৰৰেই কথা পুৰণি কৰ্মচাৰী সকলকে অব্যাহতি দিছে। মুদ্ৰাস্ফীতি আকাশলংঘী হোৱাৰ মাজতেই দেশত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে বুলি অৰ্থনৈতিক বিশ্লেষক সকলে দাবী কৰে।

অৰ্থনৈতিক বিশ্লেষণকাৰী প্ৰতিষ্ঠান চি এম আই ইৰ পৰিসংখ্যা অনুযায়ী দেওবাৰে অন্ত পৰা সপ্তাহটোৰ চহৰাঞ্চলত নিবনুৱাৰ সংখ্যাই ১০ শতাংশৰ ঘৰ স্পৰ্শ কৰিছে। তাৰ পূৰ্বৰ সপ্তাহত ইয়াৰ হাৰ আছিল ৭.৩৬ শতাংশ। গ্ৰাম্য অঞ্চলতকৈ বৃদ্ধি পাইছে চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা। অৰ্থনৈতিক বিশ্লেষক সকলৰ মতে বৰ্তমান সময়ত হোৱা মূল্যবৃদ্ধিয়েই নিবনুৱা সমস্যা বৃদ্ধিৰ মূল কাৰণ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`