26 C
Guwahati
Sunday, May 5, 2024

লেমৰ পোহৰত পঢ়ি কৃতিত্ব অৰ্জন সোমা সিংহাৰ

Must Read

লেমৰ পোহৰত পঢ়ি কৃতিত্ব অৰ্জন সোমা সিংহাৰ

লেমৰ পোহৰত পঢ়ি কৃতিত্ব অৰ্জন এগৰাকী যুৱতীৰ। অসমীয়া আৰু ITত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ সোমা সিংহাৰ। বিশ্বাস কৰিবলৈ টান হলেও এয়াই সত্য। আৰ্থিক দৈনতাক নেওচি চাপৰৰ এগৰাকী যুৱতীৰ বৃহৎ সাফল্য। বৰ্তমান যুগতো লেমৰ পোহৰত পঢ়ি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ৩৫৫ নম্বৰৰে কৃতিত্ব আজৰিলে সোমা সিংহে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সোমা সিংহে

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাত অসমীয়াত ৯২ আৰু information technology ৯১ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীৰ গৌৰৱ কঢ়িয়াই আনিছে। বহু কষ্টৰে অভাৱ অনাতনৰ মাজেৰে একমাত্ৰ লেমৰ পোহৰতে নিজৰ ভৱিষ্যত গঢ় দিবলৈ চেষ্টা এইগৰাকী ছাত্ৰীৰ। ভৱিষ্যতে উচ্চ শিক্ষা লাভ কৰি এগৰাকী সু-নাগৰিক হোৱাৰ লক্ষ্য সোমা সিংহৰ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -