26 C
Guwahati
Sunday, May 5, 2024

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী IAS বিষয়া! বোকা পানী গছকি বানপীড়িত লোকক খবৰ ল’লে IAS বিষয়া গৰাকীয়ে…..

Must Read

ৰাজ্যৰ বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত । দুখেৰে কোলাই পাচি নধৰা হৈছে বানাক্ৰান্ত লোকৰ। খাবলৈ এটুপি পানী বাবে হাহাকাৰ কৰি ফুৰিছে বানাক্ৰান্ত লোক সকলে, চাৰিওফালে কেৱল আৰ্তনাদৰ ৰোল ।

উল্লেখযোগ্য যে, বৰাক নৈৰ পানীয়ে সংহাৰি ৰূপ ধাৰণ কৰিছে কাছাৰত । বোকা-পানী গছকি, নাৱত উঠি বানপীড়িত লোকক খবৰ লোৱা এগৰাকী IAS বিষয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত । ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা IAS বিষয়া গৰাকীৰ নাম হৈছে কীৰ্তি জলি। দুৰ্যোগৰ সময়ত ব্যতিক্ৰমী ৰূপত দেখা গ’ল কাছাৰৰ উপায়ুক্ত গৰাকীক।

কাছাৰ জিলা উপায়ুক্ত কীৰ্তি জলিয়ে এইদৰে বোকা পানী গছকি সাধাৰণ লোকৰ দৰেই বান বিধস্ত লোকৰ পৰিস্থিতিৰ বুজ লৈছে । এতিয়াও বহু চৰকাৰী বিষয়া আছে যিসকলে পদ মৰ্যদাৰ অহংকাৰ নকৰি নিজ কাৰ্য সম্পাদন কৰে । এনেদৰেই কৰ্ম-সংস্থাপনৰ নিদৰ্শন হৈ পৰিছে কাছাৰৰ জিলা উপায়ুক্ত গৰাকী।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -