23.4 C
Guwahati
Thursday, May 9, 2024

কল খেতিৰে স্বাৱলম্বী ঢকুৱাখনাৰ বিনোদ কোঁচ

Must Read

কল খেতিৰে স্বাৱলম্বী ঢকুৱাখনাৰ বিনোদ কোঁচ

সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ঢকুৱাখনাৰ জালভাৰী গাৱৰ নিবাসী বিনোদ কোঁচ নামৰ কৃষকজনে। ৩ বিঘা মাটিত কল খেতিৰে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দেখুৱাইছে এইজন কৃষকে। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰি কল খেতিৰে বছৰি ৭ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন আদৰ্শ কৃষক বিনোদ কোঁছে।

বিগত ১৮বছৰে এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছিল যদিও নিয়মীয়াকৰন নোহোৱা বাবে উদ্যমী বিনোদ কোঁছে একক প্ৰচেষ্টাত আৰম্ভ কৰিলে কল খেতি আৰু এতিয়া এই কল খেতিৰে নিজৰ লগতে আন বহু কেইজন লোকক স্বাৱলম্বী কৰি তুলিছে বিনোদ কোঁছে। কৃষকজনৰ পথাৰত উৎপাদিত কলৰ বজাৰ দখল কৰিছে সমগ্ৰ লখিমপুৰ জিলাৰ লগতে মাজুলী জিলা আৰু গোগামুখৰ বজাৰ। ৩বিঘা মাটিত জৈৱিক পদ্ধতিৰে কল খেতি কৰা এই বিনোদ কোঁচে এতিয়া অঞ্চলটোৰ যুৱ চামৰ প্ৰতিও আদৰ্শ হৈ পৰিছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -