WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

তিনিদিনীয়া অসম-মিজোৰাম ভ্ৰমণলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ - Batori24

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

29 C
Guwahati
Thursday, May 2, 2024

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_postmeta`

তিনিদিনীয়া অসম-মিজোৰাম ভ্ৰমণলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

Must Read

তিনিদিনীয়া অসম-মিজোৰাম ভ্ৰমণলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

আজি অসম-মিজোৰাম ভ্ৰমণলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আজি ৩ মে’ৰ পৰা ৬ মেলৈ অসম-মিজোৰাম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি কোবিন্দে। সোমবাৰে ৰাষ্ট্ৰপতি ভ্ৰমণৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰপতি গৰাকীয়ে আজাদী কা অমৃত মহোৎসৱৰ অধীনত উত্তৰ পূৱৰ উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা গুৱাহাটীৰ এক অনুষ্ঠানটো অংশগ্ৰহণ কৰিব।

তাৰ মাজতে তামুলপুৰলৈও যাব ৰাষ্ট্ৰপতি কোবিন্দ। জানিব পৰা মতে বুধবাৰে তামুলপুৰ বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে। ইয়াৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ পূৱৰ আন এখন ৰাজ্য মিজোৰামো ভ্ৰমণ কৰিব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`