21 C
Guwahati
Monday, May 6, 2024

১ জুনৰ পৰা পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য!

Must Read

  • মূল্যবৃদ্ধিক লৈ জনতাৰ ওপৰত পুনৰ মাধমাৰ ন্দ্ৰীয় চৰকাৰৰ।

কেন্দ্ৰীয় চৰকাৰে কেইদিনমান পূৰ্বে ইন্ধনজাতীয় সামগ্ৰীৰ আৱকাৰী কৰ হ্ৰাস কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। থিক একে সময়তে ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰতো ২০০ টকা পৰ্যন্ত হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা বাস্তৱায়িত হোৱাৰ বিপৰীতে এতিয়া পুনৰ মূল্যবৃদ্ধিৰ বুজা বহন কৰিবলগীয়া হ’ব দেশবাসীয়ে।

জুনৰ ১ তাৰিখৰ পৰা দেশজুৰি পুনৰ ৰন্ধনগেছৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ১ জুনৰ পৰা প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১১০০ টকা পৰ্যন্ত হ’ব বুলি জানিব পৰা গৈছে ।

আনহাতে, বৰ্তমান দিল্লীত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১,০০৩ টকা হোৱাৰ বিপৰীতে মুম্বাইত ১,০০২.৫ টকা, কলকাতাত ১,০২৯ টকা আৰু চেন্নাইত ১,০৫৮ টকা।

 

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -