WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

আনুষ্ঠানিক ভাৱে অসম আৰক্ষীক প্রদান 'ৰাষ্ট্রপতি নিচান'। - Batori24

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

30.9 C
Guwahati
Friday, May 3, 2024

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_postmeta`

আনুষ্ঠানিক ভাৱে অসম আৰক্ষীক প্রদান ‘ৰাষ্ট্রপতি নিচান’।

Must Read

আনুষ্ঠানিক ভাৱে অসম আৰক্ষীক প্রদান ‘ৰাষ্ট্রপতি নিচান’।

অসম আৰক্ষীয়ে আজি ১০ মে’ তাৰিখে আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিলে ‘ৰাষ্ট্রপতি নিচান’। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা গ্ৰহন কৰে এই সন্মান। ৰাষ্ট্রপতিৰ হৈ গৃহমন্ত্রী অমিত শ্বাহে প্রদান কৰে এই নিচান।
নেহৰু ষ্টেডিয়ামত অসম আৰক্ষীৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয় অসম আৰক্ষীৰ এই বিশেষ সন্মান।

ৰাষ্ট্ৰপতিৰ নিচানত ৩৬টা তৰা সন্নিবিষ্ট অসমৰ মানচিত্ৰ। মানচিত্ৰত থকা ৩৬টা তৰাই সুচাইছে অসমৰ জিলাসমূহ। নিচানত সন্নিবিষ্ট আছে গঁড় আৰু অসম আৰক্ষীৰ ল’গ’। IIT গুৱাহাটীয়ে প্ৰস্তুত কৰিছে এই নিচানৰ আৰ্হি।

ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰা অসম হ’ল দশমখন ৰাজ্য। অনুষ্ঠানত গৃহমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। DGP ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে অনুষ্ঠানত। নেহৰু ষ্টেডিয়ামৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘অসম আৰক্ষীৰ ১৫০ বছৰীয়া ইতিহাসত আজি গৌৰৱময় দিন’। ৰাষ্ট্ৰপতিৰ নিচান গ্ৰহণৰ বাবে অসম আৰক্ষীয়ে অনুষ্ঠিত কৰিছে ‘অলংকৰন পেৰেড’।

অমিত শ্বাহে নিজৰ ভাষণত কয় যে , এয়া অসম আৰক্ষীৰ বাবে এক বিশেষ দিন। যি দিন ইতিহাসৰ পাতত ৰৈ বৈ যাব। আলফা, এন এছ চি এন, এন ডি এফ বিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যুঁজি সফলতা লাভ কৰিছে। লগতে ইয়াকো কয় যে, অতি শীঘ্ৰেই অসমৰ পৰা সম্পূৰ্ণ ভাৱে প্ৰত্যাহাৰ কৰা হব আফছপা (AFSPA)। ইতিমধ্য ২৩ খন জিলাৰ পৰা এই সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`