35 C
Guwahati
Tuesday, May 21, 2024

পৌৰনিগমৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে গুৱাহাটীবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

Must Read

পৌৰনিগমৰ নিৰ্বাচনৰ ফলাফলৰ পিছত গুৱাহাটীবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

বিজেপি মিত্ৰজোঁটে দখল কৰিলে গুৱাহাটী পৌৰ নিগম। ৬০টা ৱাৰ্ডৰ ভিতৰত ৫৮টাই দখল কৰিলে বিজেপি মিত্ৰজোঁটে। ইয়াৰ উপৰি আম আদমি পাৰ্টীয়ে এটা আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত জয়লাভ কৰে। কিন্তু বিজেপিৰ ছুনামিত হেৰাই গ’ল কংগ্ৰেছ! এটা ৱাৰ্ডতো জয়ী হ’ব নোৱাৰিলে কংগ্ৰেছে।

বিজেপিৰ এই জয়ৰ পিছতে টুইটাৰযোগে অসমীয়াতে গুৱাহাটীবাসীক ধন্যবাদ জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়া ভাষাতে মোদীয়ে লিখিছে – ‘‘ধন্যবাদ গুৱাহাটী! এই আকৰ্ষণীয় চহৰখনৰ লোকসকলে বিকাশৰ নীতি গঢ়ি তুলিবলৈ বিজেপিক জনাদেশ প্ৰদান কৰিছে ৷ তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত ৰাজ্য চৰকাৰখনৰ কঠোৰ পৰিশ্ৰমৰ বাবেও আশীৰ্বাদ কৰিছে৷ প্ৰতিজন বিজেপি কৰ্মকৰ্তা আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক মই কৃতজ্ঞতা জনাইছো৷’’

ইফালে, এই জয়ৰ পিছতে গুৱাহাটীবাসীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -