WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

এপ্ৰিল-মে'ত অসমলৈ আহিব প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতি-গৃহমন্ত্ৰী...কিয়? - Batori24

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

29 C
Guwahati
Thursday, May 2, 2024

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_postmeta`

এপ্ৰিল-মে’ত অসমলৈ আহিব প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতি-গৃহমন্ত্ৰী…কিয়?

Must Read

এপ্ৰিল-মে’ত অসমলৈ আহিব প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতি-গৃহমন্ত্ৰী…কিয়?

ডিব্ৰুগড় অসম মেডিকেল কলেজ চৌহদত টাটা ফাউণ্ডেচনৰ অৰ্থ সাহায্যত নিৰ্মাণ হোৱা কেন্সাৰ হস্পাতালৰ লগতে আন ৬ খন কেন্সাৰ হস্পতাল উদ্বোধন কৰিবলৈ ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ডিব্ৰুগড়ত নিৰ্মাণ হৈ থকা কেন্সাৰ হস্পতালৰ নিৰ্মাণৰ অৱস্থাৰ বুজ লৈ
দেওবাৰে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যৰ ৮ খন স্থানত নিৰ্মাণ হ’ব লগীয়া কেন্সাৰ হস্পাতালৰো শিলন্যাস কৰিব।

ইয়াৰ লগতে অৰ্থাৎ ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ইপিনে, ২ আৰু ৩ মে’ত দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। গুৱাহাটী আৰু তামুলপুৰত আছে ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী। ইয়াৰ পিছতে ৯ আৰু ১০ মে’ত দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। গুৱাহাটী ,দক্ষিণ শালমৰা আৰু তামুলপুৰত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ কাৰ্যসূচী। ইয়াকে লৈ ৰাজ্যৰ প্ৰশাসনত এতিয়া তৎপৰতা আৰম্ভ হৈছে।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`