35 C
Guwahati
Thursday, May 16, 2024

ক্ৰমাগতভাৱে ১১ দিনলৈ বাঢ়িল পেট্ৰ’ল ডিজেলৰ মূল্য

Must Read

আজি প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮৮ পইচা, প্ৰতিলিটাৰ ডিজেলত বাঢ়িল ৮৪ পইচা

গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০২.৯১ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৮৮.৭৭ টকা

ঢকুৱাখনাত পেট্ৰ’লত ১০৫.৮৭ টকা আৰু ডিজেলত ৯১.৫৪ টকা আৰু ডিমা হাছাওত প্ৰতিলিটাৰত ১০৪.৭৯ টকা

কাছাৰত পেট্ৰ’লৰ মূল্য ১০৩.৩৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৮৯.২০ টকা

জোনাইত পেট্ৰ’লৰ দাম ১০৩.৮০ টকা আৰু ডিজেলত লিটাৰত ৮৯.৫৯ টকা

কৰিমগঞ্জত আজি পেট্ৰ’লৰ মূল্য ১০৩.৫২ টকা আৰু ডিজেলত লিটাৰত ৮৯.৩৯ টকা

হাইলাকান্দিত পেট্ৰ’লৰ মূল্য ১০৩.৮৬ আৰু ডিজেলৰ মূল্য ৮৯.৬৯ টকা

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -