22 C
Guwahati
Tuesday, May 7, 2024

কোনো কাৰণতে নাবাঢ়ে বাছৰ ভাড়া, ভাড়া বঢ়ালেই বাতিল হ’ব বাহনৰ অনুজ্ঞাপত্ৰ, সকীয়নি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

Must Read

কোনো কাৰণতে নাবাঢ়ে বাছৰ ভাড়া, ভাড়া বঢ়ালেই বাতিল হ’ব বাহনৰ অনুজ্ঞাপত্ৰ, সকীয়নি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

সদৌ অসম মটৰ পৰিবহন সন্থাই কোনো কাৰণতে বাছ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব। শুকুৰবাৰে মালিক সন্থাক তীব্ৰ সকীয়নি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। জিলা পৰিবহণ বিষয়া সকলৰ সৈতে অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অনুষ্ঠিত হোৱা এখন বৈঠকত পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। বৈঠাকৰ অন্তত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে, ‘এইটো উচিত সময় নহয়। যদি কৰবাত কোনোৱে ভাড়া বেছিকৈ লয়, পৰিবহণ বিভাগক অভিযোগ দিলেই বাতিল হ’ব বাহনৰ অনুজ্ঞাপত্ৰ। মই পূৰ্বেও কৈছো, এতিয়াও কম ভাড়া নাবাঢ়ে। এইটো অদ্ভুদ সূত্ৰ, কৰ পৰা কোনে কেনেকৈ ৭০ শতাংশ বৃদ্ধি কৰিব পাৰিব? মুঠতে ভাড়া নাবাঢ়ে।’

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -