37.6 C
Guwahati
Sunday, May 5, 2024

কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত সোমাল অ’ল্টো বাহন।

Must Read

কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত সোমাল অ’ল্টো বাহন।

কলিয়াবৰৰ বুঢ়াপাহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। দ’ খাৱৈত সোমাল AS-21-F-1624 নম্বৰৰ অ’ল্টো বাহন। কথমপি প্ৰাণৰক্ষা মহিলাসহ ৩ আৰোহীৰ। জাগীৰোড কাগজ কলৰ আবাসগৃহ খালী কৰি ঘৰলৈ গৈ আছিল পৰিয়ালটো সেই সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। জাগীৰোডৰ পৰা গোলাঘাট যাত্ৰাৰ সময়তে ঘটিল অঘটনটো। জনশূন্য এলেকাটোত সহায় বিচাৰি বহু সময় ধৰি আৰ্তনাদ দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটোৰ। কাজিৰঙাৰ কৰ্তব্যৰত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰে দুৰ্ঘটনাটো আৰু আৰক্ষীক খবৰ দি পাৰলৈ উঠাই অনা হয় দুৰ্ঘটনাগ্ৰস্থ বাহনখন। AS 21 F 1624 নম্বৰৰ অল্ট বাহন খনেৰে আজিজুৰ ৰহমান আৰু পত্নী-পুত্ৰৰ সৈতে পুৱতিনিশা প্ৰায় ৩ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বুঢ়াপাহাৰ চাহ বাগিছাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা দ-খাৱৈত সম্পূৰ্ণ ভাৱে সোমাই পৰে ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -