35 C
Guwahati
Sunday, May 12, 2024

চিৰাং জিলাৰ দুটাকৈ স্থানত গুলীচালনাৰ ঘটনা

Must Read

খুংগ্ৰিঙত আৰক্ষীৰে অস্ত্ৰধাৰী দলৰ সৈতে সংঘৰ্ষ

সংঘৰ্ষত নিহত উগ্ৰপন্থী ২ জনক NLFBৰ সদস্য বুলি সন্দেহ প্ৰকাশ

নিহত সদস্য দুজনৰ ভিতৰত এজনৰ নাম মহন্ত নাৰ্জাৰী

ঘটনাত গুলীবিদ্ধ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী

সোঁহাতত দুটাকৈ গুলী লাগিছে আৰক্ষী অধীক্ষক গৰাকীৰ

আনহাতে, ঢালিগাঁৱতো সংঘটিত হৈছে গুলীচালনাৰ ঘটনা

ঢালিগাঁৱৰ কিষাণ বজাৰৰ খামাৰপাৰাত দুষ্কৃতিকাৰীয়ে গুলীয়ালে নিৰীহ যুৱকক

নিহত ২০ বছৰীয়া যুৱক জনৰ নাম ৰাজা বৰুৱা

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -