25 C
Guwahati
Saturday, May 4, 2024

কোভিডৰ চতুৰ্থটো ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগঃ মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

Must Read

কোভিডৰ চতুৰ্থটো ঢৌৰ বাবে সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগঃ মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা
কোভিডৰ চতুৰ্থটো ঢৌৰ বাবে সাজু হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ কোভিডৰ চতুৰ্থটো ঢৌৰ সন্দৰ্ভত কলিয়াবৰত এই মন্তব্য প্ৰদান কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, কোভিড সংক্ৰমন বৃদ্ধি পালে নতুন নিয়ম হ’ব পাৰে। কোভিডৰ চতুৰ্থটো ঢৌৰ বিৰুদ্ধে সাজু হৈছে অসমৰ স্বাস্থ্য বিভাগ৷ মাস্ক পৰিধান উঠাই দিয়া হোৱা নাছিল। কোভিড সংক্ৰমন কমাৰ বাবে বহুতে মাস্ক পিন্ধা নাছিল¸ কিন্তু পৰিস্থিতি সাপেক্ষে সকলোৱে মাস্ক পিন্ধিব লাগিব৷

ৰাজ্যত এই পৰ্যন্ত কোভিডৰ চতুৰ্থটো ঢৌৰ প্ৰভাৱ পৰা নাই। দেওবাৰে কলিয়াবৰত উপস্থিত হৈ এই মন্তব্য কৰে কেশৱ মহন্তই৷ লগতে মহন্তই কয় যে, কোভিডৰ চতুৰ্থটো ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ চিকিৎসক¸ হাস্পতাল¸ আই চি ইউ¸ প্ৰেডিঅক্টিক আই চি ইউ¸স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে৷

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -