News & Politics
আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হয় গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সুদীৰ্ঘ ৯ বছৰৰ মুৰত অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচন।এইবাৰৰ নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news