News & Politics
পুনৰ ৰাজ্যত ইৰানী গ্ৰুপৰ সন্ত্ৰাস। ঝাৰখণ্ডৰ পৰা অহা চাৰিজনীয়া এটা দলে দুখন বাইকত আহি পুতলা পিষ্টল দেখুৱাই লুট কৰে ৩ লাখ ৩৫ হাজাৰ টকা।
পৌৰ নিগমৰ ধন লুট কৰা ঘটনাৰ সৈতে জড়িত আছিল অমৰ গোৱালা নামৰ লোকজন। দলটোৰ এজন সদস্য পলাবলৈ লওঁতে আৰক্ষীয়ে ভৰিত গুলিয়াই ,আনহাতে বাকী তিনিজনক বিচাৰি বৰ্তমানেও আৰক্ষীৰ অভিযান অব্যাহত আছে।
..
আমাৰ সৈতে জড়িত হওঁক
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?