News & Politics
আজি দিল্লীলৈ ৰাওনা হʼব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে।
অসম–মেঘালয় সীমা সমস্যা সমাধানৰ বাবে অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ’ব ড০ শৰ্মা।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news