News & Politics
গুৱাহাটীৰ ফাঁচী বজাৰত বিধ্বংসী জুই
চেম্বাৰ ৰোডৰ গোপাল মহাৰাজ নামৰ ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড
ক’লা ধোঁৱাই ছানি ধৰিছে সমগ্ৰ অঞ্চলটো
ব্যস্ত বজাৰখনত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news