News & Politics
মানকাচাৰৰ ভাৰত-বাংলাদেশ সীমান্তত এনকাউণ্টাৰ
BSFৰ গুলীত নিহত এটা গৰু সৰবৰাহকাৰী
গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে চলিছিল BSFৰ অভিযান
কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি পাৰ কৰাইছিল গৰু
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news