News & Politics
নতুন বছৰ উদযাপন কৰোঁতে সাৱধান হওঁক। দৈনিক ভাৰতত কভিডত আক্রান্ত হ’ব পাৰে প্ৰায় ১৪ লাখকৈ লোক
জনসমাগম স্থানত নাযাবলৈ পৰামৰ্শ চৰকাৰৰ।আশংকা কৰাতকৈ অধিক দ্ৰুতগতিত আহি আছে অমিক্ৰণ। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন
.
আমাৰ সৈতে জড়িত হওঁক
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?