News & Politics
স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্তিৰ ক্ষেত্রত মেধা ছাত্রছাত্রীক বঞ্চিত কৰা আৰু
স্নাতক পৰীক্ষাত অনুতীৰ্ণ ছাত্রছত্রীক স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্তিৰ সুবিধা দিয়া, স্নাতক পৰীক্ষাৰ নম্বৰক প্রাধান্য নিদি নিজৰ ইচ্ছামতে
মেধাৰ তালিকা প্রস্তুত কৰা আদি কেবাটাও অভিযোগ উত্থাপন কৰি সদৌ কাছাৰ- কৰিমগঞ্জ- হাইলাকান্দি ছাত্র সন্থা চমূকৈ ‘আকছা’ই
আজি অসম বিশ্ব বিদ্যালয়ত উত্তাল প্রতিবাদত সাবস্ত কৰে
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news