News & Politics
নুমলীগড়ৰ কানাইঘাটৰ কৃষি পামত নিশা অঘটন
নিশা কৃষি পথাৰৰ পামঘৰত শুই থকা অৱস্থাত হাতীৰ আক্ৰমণত দুজনকৈ আধিয়াৰ কৃষকৰ মৃত্যু
থিতাতে নিহত হয় এজনৰ
আনজনৰ যোৰহাট মেডিকেল কলেজ হস্পিতালত মৃত্যু হয়
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news