D1owCKawYgk
এসাজ হেঁপাহৰ ভাত, সুদূৰ বৰ লুইতৰ বুকুৰ পৰা মামাৰ লগত এসাজ খাবলৈকে আহিছিল বৈষ্ণৱ ভাগিন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাসভৱনত মাজুলীৰ বৈষ্ণৱ ভাগিনে গ্ৰহণ কৰিলে নৈশ আহাৰ।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news
News & Politics