30 C
Guwahati
Sunday, April 21, 2024

২০০৮ চনৰ মুম্বাইৰ ভয়ংকৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদক ৩১ বছৰৰ কাৰাদণ্ড

Must Read

২০০৮ চনৰ মুম্বাইৰ ভয়ংকৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদক ৩১ বছৰৰ কাৰাদণ্ড।

২০০৮ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে ভাৰতবৰ্ষৰ লগতে বিশ্ব কঁপাই যোৱা মুম্বাই বিস্ফোৰণৰ মূল খলনায়ক তথা মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদক ৩১ বছৰৰ কাৰাদণ্ড।

পাকিস্তানৰ এখন আদালতে ৮ এপ্ৰিল শুকুৰাবাৰে এই ৰায় প্ৰদান কৰিছে। সন্ত্ৰাসবাদীক ধন যোগান ধৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে সন্ত্ৰাসবাদী হাফিজ ছয়ীদক।

লগতে হাফিজৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰাৰ উপৰি তিনি লাখ চল্লিছ হাজাৰ টকা জৰিমণা বিহিছে আদালতে।

৭০ বৰ্ষীয় ইছলামিক সন্ত্ৰাসবাদীজন কুখ্যাত ইছলামিক সংগঠন লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক আৰু জামাত উদ দাৱাৰ মুৰব্বী।

উল্লেখযোগ্য যে ২০০৮ চনৰ সেই মুম্বাইৰ ঘটনাৰ ফলত ১৬৬ জনকৈ নিৰীহ লোকৰ প্ৰাণহানি ঘটিছিল।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -