32 C
Guwahati
Wednesday, April 24, 2024

ভাৰত চৰকাৰে ব্লক কৰিলে ২২ টাকৈ ইউটিউব চেনেল।

Must Read

ভাৰত চৰকাৰে ব্লক কৰিলে ২২ টাকৈ ইউটিউব চেনেল।

ভুৱা বাতৰি প্ৰচাৰৰ বাবে 22 টা ইউটিউব চেনেল ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। আইটি নিয়ম ২০২১ৰ অধীনত প্ৰথমবাৰৰ বাবে ১৮ টা ভাৰতৰ আৰু অইন দেশৰ ৪টা ইউটিউব চেনেল ব্লক কৰে। ব্লক হোৱা চেনেল সমূহৰ ভিতৰত পাকিস্তানৰ ৪টা ইউটিউব চেনেলো অন্তৰ্ভুক্ত আছে। উল্লেখ্য যে, এই চেনেল সমূহে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু সাৰ্বজানিক সম্বন্ধৰ সৈতে জড়িত ভুল তথ্য প্ৰচাৰ কৰিছিল।

অভিযোগ অনুসৰি এই চেনেল সমূহে টিভি চেনেলৰ লগো আৰু ছবি ব্যৱহাৰ কৰি দৰ্শকক ভ্ৰমিত কৰিছিল। এই ইউটিউব চেনেলৰ উপৰিও ৩ টা টুইটাৰ একাউন্ট, ১টা ফেচবুক আৰু এটা নিউজ ৱেবচাইটো ব্লক কৰে।

জানিব পৰা মতে ব্লক কৰা একাউন্ট সমূহৰ দৰ্শক ২৭০ কোটিতকৈ অধিক আছিল। পাকিস্তানৰ ব্লক কৰা ইউটিউব চেনেল সমূহত ভাৰতীয় নিৰাপত্তা, জম্মু-কাশ্মীৰ আৰু বিভিন্ন দিশৰ ওপৰত ভুল বাতৰি প্ৰচাৰ কৰিছিল।অন্যহাতে ব্লক কৰা ভাৰতীয় চেনেল সমূহতো ইউক্ৰেইন সম্বন্ধীয় বহু ভুল তথ্য প্ৰচাৰ কৰা হৈছিল। যাৰ দ্বাৰা বৈদেশিক সম্পৰ্ক বিঘ্নিত কৰাৰ চেষ্টা চলোৱা হৈছিল।

ভাৰতীয় ইউটিউব চেনেলসমূহঃ

ARP News (Total Views: 4,40,68,652)

AOP News (Total Views: 74,04,673)

LDC News (4,72,000 subscribers and 6,46,96,730 total views)

SarkariBabu (2,44,000 subscribers and 4,40,14,435 total views)

SS ZONE Hindi (Total Views:5,28,17,274)

Smart News (Total Views: 13,07,34,161)

News23Hindi (Total Views: 18,72,35,234)

Online Khabar (Total Views: 4,16,00,442)

DP news (Total Views: 11,99,224)

PKB News (Total Views: 2,97,71,721)

KisanTak (Total Views: 36,54,327)

Borana News (Total Views: 2,46,53,931)

Sarkari News Update (Total Views: 2,05,05,161)

Bharat Mausam (2,95,000 subscribers and 7,04,14,480 Total Views)

RJ ZONE 6 (Total Views: 12,44,07,625)

Exam Report (Total Views: 3,43,72,553)

Digi Gurukul (Total Views: 10,95,22,595)

दिनभरकीखबरें (Total Views: 23,69,305)

পাকিস্তানৰ ইউটিউব চেনেলসমূহঃ

DuniyaMeryAagy (4,28,000 subscribers and 11,29,96,047 total views)

Ghulam NabiMadni (Total Views: 37,90,109)

HAQEEQAT TV (40,90,000 subscribers and 1,46,84,10,797 Total Views)

HAQEEQAT TV 2.0 (3,03,000 subscribers and 37,542,059 total views)

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -