25 C
Guwahati
Friday, September 22, 2023

২৩ কোটি টকাত বিক্ৰী অমিতাভ বচ্চনৰ সোপান

Must Read

২৩ কোটি টকাত বিক্ৰী অমিতাভ বচ্চনৰ সোপান। কিছুদিন পূৰ্বে অমিতাভ বচ্চনৰ দিল্লীত থকা সম্পত্তি বিক্ৰী কৰিলে ।বলিউডৰ বাদচাহ অমিতাভ বচ্চনৰ বাসগৃহটো হৈ পৰিল অসমৰ এজন বিখ্যাত ব্যৱসায়ীৰ।

২৩ কোটি টকাত বিক্ৰী কৰা হল দিল্লীৰ গুলমোহৰ পাৰ্কত থকা সোপান বাসভৱনটো । ৩৫ বছৰৰো অধিক সময় অতিবাহিত কৰা অমিতাভ বচ্চনৰ পিতৃ-মাতৃৰ বহু স্মৃতি জড়িত আছে এই বাসগৃহটোত।

বাসগৃহটো নিজন গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া অৱনী বাডেৰে ক্ৰয় কৰিবলৈ সক্ষম হৈছে।
এসময়ত অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চন আৰু মাতৃ তেজী বচ্চনে বাস কৰিছিল এই বাসগৃহটোত ।

এতিয়া অসম সন্তান তথা এগৰাকী সফল উদ্যোগপতি অৱনী বাদেৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে সমগ্ৰ দেশতে।
আনহাতে অৱনী বাদেৰ মতে তিনি দশকৰো অধিক সময় ধৰি বচ্চন পৰিয়ালৰ সৈতে সম্পৰ্ক আছিল তেওঁলোক।

 

- Advertisement -
- Advertisement -

Latest News

Manipuri Film Actor Soma Laishram bans from acting in film and attending social function for 3 years

KANGLEIPAK KANBA LUP (KKL) Banned Soma Laishram from Acting in Films and Social function for three years for participating...
- Advertisement -

More Articles Like This

- Advertisement -