25 C
Guwahati
Friday, September 22, 2023

Adipurush মুক্তিৰ তাৰিখ ঘোষণা

Must Read

মহাশিৱৰাত্ৰিৰ পৱিত্ৰ উপলক্ষে আহিবলগীয়া নতুন ছবি ‘অদীপুৰুষ’ৰ মুক্তিৰ তাৰিখ ঘোষণা।অভিনেতা প্ৰভাসে নিজ ইনষ্টাগ্ৰামৰ জৰিয়তে এই কথা শ্বেয়াৰ কৰি লিখিছে যে,‘#Adipurush Worldwide Theatrical Release in 3D on 12th Jan 2023.’

আদিপুৰুষ মহাকাব্য ৰামায়ণৰ ওপৰত আধাৰিত এখন আহিবলগীয়া ভাৰতীয় হিন্দু পৌৰাণিক চলচ্চিত্ৰ। ওম ৰাউতৰ পৰিচালনা ছবি খন ২০২৩ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পাব। ছবি খনত অভিনেতা চেইফ আলী খান, কৃতি চানন আৰু ছানী সিঙক দেখা পোৱা যাব।

‘ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ, ওম ৰাউত, প্ৰসাদ সুতাৰ, আৰু ৰেট্ৰোফিলছৰ ৰাজেশ নায়াৰে ছবিখন প্ৰযোজনা কৰিছে। হিন্দী আৰু তেলেগু দুয়োটা ভাষাত মুক্তি পাব লগতে কান্নাড়া,তামিল আৰু মালায়ম ভাষাৰ ডাবিংত ছবি হলত মুক্তি পাব।

- Advertisement -
- Advertisement -

Latest News

Manipuri Film Actor Soma Laishram bans from acting in film and attending social function for 3 years

KANGLEIPAK KANBA LUP (KKL) Banned Soma Laishram from Acting in Films and Social function for three years for participating...
- Advertisement -

More Articles Like This

- Advertisement -