26 C
Guwahati
Wednesday, April 24, 2024

Adipurush মুক্তিৰ তাৰিখ ঘোষণা

Must Read

মহাশিৱৰাত্ৰিৰ পৱিত্ৰ উপলক্ষে আহিবলগীয়া নতুন ছবি ‘অদীপুৰুষ’ৰ মুক্তিৰ তাৰিখ ঘোষণা।অভিনেতা প্ৰভাসে নিজ ইনষ্টাগ্ৰামৰ জৰিয়তে এই কথা শ্বেয়াৰ কৰি লিখিছে যে,‘#Adipurush Worldwide Theatrical Release in 3D on 12th Jan 2023.’

আদিপুৰুষ মহাকাব্য ৰামায়ণৰ ওপৰত আধাৰিত এখন আহিবলগীয়া ভাৰতীয় হিন্দু পৌৰাণিক চলচ্চিত্ৰ। ওম ৰাউতৰ পৰিচালনা ছবি খন ২০২৩ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পাব। ছবি খনত অভিনেতা চেইফ আলী খান, কৃতি চানন আৰু ছানী সিঙক দেখা পোৱা যাব।

‘ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ, ওম ৰাউত, প্ৰসাদ সুতাৰ, আৰু ৰেট্ৰোফিলছৰ ৰাজেশ নায়াৰে ছবিখন প্ৰযোজনা কৰিছে। হিন্দী আৰু তেলেগু দুয়োটা ভাষাত মুক্তি পাব লগতে কান্নাড়া,তামিল আৰু মালায়ম ভাষাৰ ডাবিংত ছবি হলত মুক্তি পাব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -