30 C
Guwahati
Sunday, April 14, 2024

ফ্লিপকাৰ্টে গুৱাহাটীত প্ৰথমটো গ্ৰোচাৰী পূৰণ কেন্দ্ৰ মুকলি কৰিছে

Must Read

ফ্লিপকাৰ্টে গুৱাহাটীত প্ৰথমটো গ্ৰোচাৰী পূৰণ কেন্দ্ৰ মুকলি কৰিছে

ই কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে গুৱাহাটীৰ সমীপৱৰ্তী পলাশবাৰীত মুকলি কৰে মহিলাৰে পৰিচালিত ফুলফিলমেণ্ট চেণ্টাৰ। অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য সমূহত এই কেন্দ্ৰৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ৰেচনৰ সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰিব ।

১.২৩ লাখ বৰ্গফুট এলেকাত স্থাপন কৰা এই কেন্দ্ৰটোত প্ৰায় ৩০০ গৰাকী কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলৰ স্ব নিয়োজনৰ বাট মুকলি কৰাৰ লগতে থলুৱা সামগ্ৰী সমূহ বিভিন্ন স্থানত বিক্ৰী কৰাৰ উদ্দেশ্যে ফ্লিপকাৰ্টে এই কেন্দ্রতো মুকলি কৰা বুলি সদৰী কৰে ।উল্লেখযোগ্য যে মহিলাৰে পৰিচালিত ফ্লিপকাৰ্টৰ এইটো কেন্দ্র হৈছে দেশৰ ভিতৰতে দ্বিতীয়টো কেন্দ্র ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -