32 C
Guwahati
Friday, March 29, 2024

ড্ৰাগছৰ বাবেই নিজ জন্মদাত্ৰীক হত্যা কৰিলে এজন পুত্ৰই

Must Read

ড্ৰাগছৰ বাবেই নিজ জন্মদাত্ৰীক হত্যা কৰিলে এজন পুত্ৰই। এই জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে জামুগুৰিত। এগৰাকী মাতৃ হৈ নিজ সন্তানক কেনেকৈনো মৃত্যুৰ মুখত ঠেলি দিব পাৰি। সেয়েহে পুত্ৰক ড্ৰাগছ খোৱাত বাধা দিছিল মাতৃ গৰাকীয়ে। ড্ৰাগছ খাবলৈ বাধা দিয়াতো কাল হৈ পৰিল মাতৃ গৰাকীৰ বাবে।

উল্লেখযোগ্য যে, ড্ৰাগছ আসক্ত পুত্ৰৰ প্ৰহাৰত নিহত মাতৃ।পুত্ৰৰ হাততে মৃত্যু সাবটিলে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে । পৱিত্ৰ ঈদৰ প্ৰাক মহুৰ্তত ড্ৰাগছ আসক্ত পুত্ৰৰ প্ৰহাৰত নিহত হল মাতৃ গৰাকী। ড্ৰাগছ খাব নিদিয়াৰ বাবেই ডিঙি চেপি হত্যাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে। অভিযুক্ত হত্যাকাৰী পুত্ৰৰ নাম হৈছে আমিৰ হামজা।

আনহাতে, ৰাজ্য চৰকাৰ ড্ৰাগছৰ বিৰুদ্ধে যিমানেই কঠোৰ নহওঁক কিয়, এতিয়াও নির্ভীগ্নে একাংশই চলাই আছে ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায়। ড্ৰাগছৰ বাবেই একাংশ পৰিয়ালত বৈছে শোঁকৰ বন্যা, ভাঙি চুৰমাৰ হৈছে বহুতৰ সোণৰ সংসাৰ। এইবাৰ ড্ৰাগছৰ বাবেই জামুগুৰিত সংঘটিত হৈছে জঘন্য হত্যা কাণ্ড।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -