28 C
Guwahati
Friday, March 29, 2024

Rs 75 Coin: মুকলি হ’ব ৭৫ টকীয়া মুদ্ৰা; ৰূপসহ ৪ বিধ ধাতুৰে মিলি বনোৱা হ’ব এই মুদ্ৰা, পিছে কেতিয়া মুকলি হ’ব আৰু কেনেকুৱা হ’ব এই ৭৫ টকীয়া মুদ্ৰা?

Rs 75 Coin Launch Parliament Building: সংসদ ভৱনৰ শুভাৰম্ভণিক চিহ্নিত কৰিবলৈ বিত্ত মন্ত্ৰালয়ে ইয়াক লৈ অধিসূচনা জাৰি কৰিছে। মুদ্ৰাটোত থাকিব সংসদৰ চৌহদ আৰু নতুন সংসদ ভৱনৰ ফটো।

Must Read

Rs 75 Coin Launch Parliament Building Inauguration: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ত নতুন সংসদ ভৱন উদ্বোধন কৰিব। এই বিশেষ কেন্দ্ৰ চৰকাৰে অনুষ্ঠানটোত ৭৫ টকাৰ স্মাৰক মুদ্ৰা প্ৰস্তুত কৰা হ’ব।

সংসদ ভৱনৰ শুভাৰম্ভণিক চিহ্নিত কৰিবলৈ বিত্ত মন্ত্ৰালয়ে ইয়াক লৈ অধিসূচনা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) নতুন মুদ্ৰাটো মুকলি কৰিব।

Rs 75 Coin

মুদ্ৰাটোত থাকিব সংসদৰ চৌহদ আৰু নতুন সংসদ ভৱনৰ ফটো (New Parliament Building Photo)। বিত্ত মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, ৭৫ টকাৰ মুদ্ৰাটো ৪৪ মিলিমিটাৰ ব্যাসৰ সৈতে বৃত্তাকাৰ হ’ব।

৪ বিধ ধাতুৰে মিলি তৈয়াৰ হ’ব এই মুদ্ৰা (Rs 75 Coin)

মুদ্ৰাটো (Rs 75 Coin) ৪ বিধ ধাতুৰে মিলি তৈয়াৰ হ’ব। মুদ্ৰাটোত ৫০ শতাংশ ৰূপ, ৪০ শতাংশ ৰূপ, ৫ শতাংশ নিকল আৰু ৫ শতাংশ জিংক থাকিব। সংসদ চৌহদৰ ফটোৰ তলত ‘২০২৩’ বৰ্ষ অঁকা থাকিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনটো উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত প্ৰায় ২৫টা দল অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। ২০টা বিৰোধী দলে এই অনুষ্ঠান বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Rs 75 Coin

মুদ্ৰাটোৰ মাজত অশোক স্তম্ভ, তাৰ তলত সত্যমেয় জয়তে লিখা থাকিব। বাওঁফালে হিন্দীত ভাৰত, সোঁফালে India লিখা থাকিব। তলত ₹75 লিখা থাকিব (Rs 75 Coin)

মুদ্ৰাটোৰ আনটোফালে মাজত থাকিব সংসদ ভৱনৰ চৌহদ, ওপৰত হিন্দীত সংসদ কমপ্লেক্স আনহাতে তলত Parliament Complex লিখা থাকিব। সংসদ চৌহদৰ ফটোৰ তলত ২০২৩ লিখা থাকিব। এই মুদ্ৰা Department Of Economic Affairs-এ মুকলি কৰিব। মন্ত্ৰালয়ৰ এজন বিষয়াই ক’লে যে, এইটো স্মৰণীয়ভাবে জাৰি কৰা হ’ব। ইয়াক প্ৰতিমুদ্ৰাত প্ৰায় ৩৮০০ টকা হাৰত বিক্ৰী কৰা হ’ব (Rs 75 Coin)

মুদ্ৰাটোৰ ওজন ৩৫ গ্ৰাম হয় য’ত ১৭.৫ গ্ৰাম ৰূপ আছে। এক গ্ৰাম ৰূপৰ মূল্য বৰ্তমান ৭০ টকা। এইদৰে ১৭.৫ গ্ৰাম ৰূপৰ দাম হ’ব ১২২৫ টকা হ’ব। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মুদ্ৰাটোত Parliament Complexৰ হিন্দী নাম সংসদ সংকুল লিখা থাকিব। এইটো এইকাৰণে বিশেষ যে কাৰণ চৰ্চা চলি আছে যে চৰকাৰে নতুন সংসদ ভৱনৰ নাম বেলেগ ৰখাৰ আলোচনা কৰি আছে।

Photo: Google

লগতে পঢ়কঃ Junmoni Rabha Adya Shraddha: আজি SI জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ; ৰাভা জনগোষ্ঠীয় নীতি-নিয়মেৰে আদ্যশ্ৰাদ্ধ সমাপন, ৩১ মে’ত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -