28 C
Guwahati
Thursday, April 25, 2024

Child Died Wall Collapsed: মৰ্মান্তিক! খেলি থাকোতেই গাৰ ওপৰত ভাঙি পৰে পকী দেৱাল; কৰুণ মৃত্যু ঘৰৰ একমাত্ৰ কণমানি সন্তানৰ…

Child Died Wall Collapsed: বাইহাটা চাৰিআলিৰ (Baihata Chariali) ক্ষুদ্ৰ পলহাত সংঘটিত হৈছে এক কৰুণ ঘটনা

Must Read

Child Died Wall Collapsed: বাইহাটা চাৰিআলিৰ (Baihata Chariali) ক্ষুদ্ৰ পলহাত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। যি ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

ঘৰৰ চৌহদৰ পকী দেৱাল খহি গাৰ ওপৰত বাগৰি পৰাৰ ফলত এটি কণমানিৰ কৰুণ মৃত্যু (Child Tragic Died After Fall Gaurd wall)

জানিব পৰা মতে, ক্ষুদ্ৰ পলহা গাঁৱত ভাড়াতীয়া হিচাপে থকা আজিজুৰ ৰহমান আৰু জুপিতৰা বেগমৰ একমাত্ৰ সন্তান কণমানি জুবেইৰ ৰহমানে শুকুৰবাৰে বিয়লি ঘৰৰ সমীপতে খেলি আছিল (Child Died Wall Collapsed)

সেই সময়তে শিশুটিয়ে খেলি খেলি ঘৰৰ সমীপত থকা এটা পৰিয়ালৰ বাসগৃহৰ চৌহদৰ পকী দেৱাল বগাবলৈ চেষ্টা কৰোতেই কেইবাটাও ইটা দেৱালৰ পৰা খহি শিশুটিৰ গাৰ ওপৰত পৰে (Child Died Wall Collapsed)

ইটা খহি বুকু আৰু শৰীৰৰ অন্য অংগত গুৰুতৰভাৱে আঘাত পোৱা কণমানি জুবেইৰক লগে লগে পৰিয়াল আৰু স্থানীয় লোকে উদ্ধাৰ কৰি আমিনগাঁৱৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ নিয়ে যদিও হাস্পতাল পোৱাৰ পূৰ্বেই শিশুটিৰ মৃত্যু ঘটে।

Photo: Batori24

লগতে পঢ়কঃ Onion And Garlic Peels: পিঁয়াজ আৰু নহৰুৰ বাকলি পেলাই দিয়াৰ ভুল কেতিয়াও নকৰিব; নহ’লে নাপাব এই লাভালাভ, পিছে জানি লও আহক লাভালাভবোৰ কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -