22.8 C
Guwahati
Friday, April 26, 2024

Bokakhat Youth Died: খুবেই মৰ্মান্তিক! জলপ্ৰপাতত গা ধুবলৈ যোৱাই যেন হ’ল কাল; ৩ বন্ধুৱে জলপ্ৰপাতৰ পানীত গা ধুই আছিল, অকালতে প্ৰাণ হেৰুৱালে এজন যুৱকে

Bokakhat Youth Died After: কাৰ্বিআংলং সীমান্তৰ কাক'চাং জলপ্ৰপাত কাইফ'লাংচুত সংঘটিত হৈছে এক কৰুণ ঘটনা

Must Read

Bokakhat Youth Died After Falling Into Waterfall: কাৰ্বিআংলং সীমান্তৰ কাক’চাং জলপ্ৰপাত (Kakochang Waterfalls) (কাইফ’লাংচু)ত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)।

Bokakhat Youth Died
মৃত যুৱকজন

দুই বন্ধুৰ সৈতে জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈ এজন যুৱকৰ সলিলসমাধি (Bokakhat Youth Died After Falling Into Waterfall)। কৰুণ মৃত্যুক সাৱটি লোৱা যুৱকজনৰ নাম জানটি বনিয়া। বৃহস্পতিবাৰে তেজপুৰৰ পৰা বোকাখাতৰ বাল্যবন্ধু দিব্যজ্যোতি লয়িঙৰ ঘৰলৈ গৈছিল জানটি বনিয়া।

দৰং কলেজৰ বানিজ্য বিভাগৰ ২য় ষান্মাসিকৰ ছাত্ৰ আছিল জানটি বনিয়া। এখন পালচাৰ বাইকত কাকচাঙলৈ গৈছিল তিনি বন্ধু। শুকুৰবাৰে বিয়লি ২ মান বজাত জলপ্ৰপাতৰ পানীত গা ধুই থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা (Bokakhat Youth Died)

অতি দুৰ্গম কাকচাং জলপ্ৰপাতৰ ঘটনাস্থলীত ইতিমধ্যেই জানটি বনিয়াক উদ্ধাৰৰ বাবে ডলামৰা আৰক্ষীৰ লগতে SDRFৰ দল উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে।

Photo & Input: পপী শইকীয়া

লগতে পঢ়কঃ Afternoon Sleeping: দুপৰীয়া আহাৰ খোৱাৰ পিছত আপুনিও শুৱে নেকি? যদি হয় তেন্তে জানি লওক দুপৰীয়া টোপনি যোৱা ভাল নে বেয়া… লগতে কোনবোৰ মানুহে শুৱ লাগে আৰু নালাগে?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -