31 C
Guwahati
Thursday, April 18, 2024

Kokrajhar Train Incident: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ মাজতে কোকৰাঝাৰত চলন্ত ৰে’লত ঘটিল আন এক অঘটন; চলন্ত অৱস্থাতে ৰে’লৰ পৰা খুলি গ’ল ইঞ্জিন, Watch Video

Kokrajhar Train Incident: কোকৰাঝাৰত (Kokrajhar Train Incident) ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন চলন্ত ৰে'ল

Must Read

Kokrajhar Train Incident: কোকৰাঝাৰত (Kokrajhar Train Incident) ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন চলন্ত ৰে’ল।

গৈ থকা অৱস্থাতে এখন নামনিমুৱা কণ্টেইনাৰ মালবাহী ৰে’লৰ ইঞ্জিন খুলি যায় (Engine Disconnected With Train)৷

কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ (Kokrajhar Railway Station) পশ্চিম দিশত প্ৰায় এক কিলোমিটাৰ দূৰত্বত শনিবাৰে ৰে’লখনৰ ইঞ্জিন খুলি যোৱাৰ পিছতো আগবাঢ়ি গৈ থাকিল ইঞ্জিন ৷ ইপিনে ৰে’লৰ ট্ৰেকতে ৰৈ গ’ল ডবা (Kokrajhar Train Incident)

প্ৰায় ৬০০ মিটাৰমান আগবাঢ়ি গুচি গৈছিল ৰে’লখনৰ ইঞ্জিন। এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ৰে’ল বিভাগৰ বিষয়া-কৰ্মচাৰী ৷ প্ৰায় এঘণ্টা পিছত ইঞ্জিন লগাই পুনৰ যাত্ৰা আৰম্ভ কৰে মালবাহী ৰে’লখনে (Kokrajhar Train Incident)

ইফালে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত (Social Media Viral Video)

উল্লেখ্য ওড়িশাৰ বালাছোৰত সংঘটিত ভয়াৱহ ৰে’ল দুৰ্ঘটনাই (Odisha’s Balasore Horrific Train Accident) দেশজুৰি কঁপাই তোলাৰ মাজতে কোকৰাঝাৰৰ এই ঘটনাই যথেষ্ট ব্যাকুল কৰি তুলিছিল অঞ্চলবাসীক।

Photo: Facebook

লগতে পঢ়কঃ Odisha Tragedy Update: মৃত্যুৰ কিৰিলী! কৰ’মণ্ডল এক্সপ্ৰেছ নহয় যেন “মৃত্যু এক্সপ্ৰেছ”হে; ফটো আৰু ভিডিঅ’ই কয় কিমান ভয়ংকৰ আছিল সেই দুৰ্ঘটনা, চাৰিওফালে কেৱল মৃতদেহেই মৃতদেহ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -